** How to Open Edistric service in Mobile Phone
Be 100 Persent proper Work, please follow the instructions:-
*আপুনি অসুবিধা পাইছে নেকি ইডিচ্ৰিক মোবাইল ফোনত খুলিবলৈ ।
*This site can’t be reached ইত্যাদি ধৰণৰ দেখাই নেকি?
তেন্তে আহক ইয়াৰ সমাধান বিচাৰি উলিয়াও।
--------------------------------------------------------------------------------------------------------------------------
আপোনাৰ Chrome browser ত এনে ধৰণৰ দেখাই নেকি??
মোবাইলৰ দ্বাৰা --
প্ৰমান - প্ৰত্ৰ
কেনেকৈ এপ্লাই কৰিম ই ডিচ্ৰিক ত?
নতুনকৈ ৰেজিষ্ট্ৰেচন কৰিবলগীয়া আছে নেকি Click here
1. প্ৰথমতে আপুনি play store গৈ chrome browser Type কৰক। আৰু যদি নতুন আপডেট আছে, তেন্তে আন-আপডেট কৰক।( অৰ্থাৎ পুৰণি।)
তলত কাৰ্ড় চিন দেখুওৱা ক্লিক কৰক।
আপোনাক জনাওঁ যে ওপৰত দিয়া 1 পদ্ধতি য়ে কাম নকৰিলে তলৰ পদ্ধতি ব্যৱহাৰ কৰিব।
2. ইয়াৰ পিছত আপুনি chrome browser open কৰি Edistric amtron লিখি লগিন কৰক।
(লগিন কৰাৰ আগতে chrome browser ৰ history and cookies সমূহ ডিলিট কৰক)।
তলত দেখুওৱা ধৰনে clear data ক্লিক কৰক। আপোনাৰ পাছপটৰ বাকচত ক্লিক নকৰিব।
নতুনকৈ ৰেজিষ্ট্ৰেচন কৰিবলগীয়া আছে নেকি?
তেন্তে ক্লিক কৰক।
Click here ---
🙏🙏ধন্যবাদ।।🙏🙏
0 Comments