প্ৰত্যেক ব্যক্তিৰে এক নিজস্ব কলা প্ৰতিভা আছে। তাক ডিজিটেলী প্ৰকাশ কৰাই হৈছে আমাৰ লক্ষ্য।
প্ৰায় সকলো ব্যক্তি য়ে কবিতা, গল্প, কাহিনী, ছবি-অংকন ইত্যাদি বিভিন্ন লিখনশৈলী আছে আৰু ইয়াক প্ৰকাশ কৰে। কিন্তু প্ৰকৃত উৎস নোহোৱাৰ বাবে বহুতে হেঁপাহ থকাৰ সত্বেও লিখিবলৈ নাপালে। গতিকে এনে গুপ্ত প্ৰতিভা জগাই তোলাৰ এক অন্যতম প্ৰচেষ্টা হৈছে |
প্ৰত্যেক ব্যক্তিৰে এক নিজস্ব কলা প্ৰতিভা আছে। তাক ডিজিটেলী প্ৰকাশ কৰাই হৈছে আমাৰ লক্ষ্য।
1 Comments
ভাল
ReplyDelete