কবিতাৰ শিৰোনাম, সমস্যা

 -Dipak Pokhrel: 

Bloger, Writer, Poet, Online Services Provideer 

Contact:: pokhreldipak47@gmail.com







সমস্যা-এক অবিৰাম প্ৰক্ৰিয়া


সমস্যা আহে সকলোকে

আহে সকলোৰে জীৱনত

সাহস হৈছে ইয়াৰ চাবি- কাঠী

ৰাখিবা সদায় মনত

ঘনে ঘনে সমস্যা সমাধান কৰাতকৈ

মূল শিপাই উঘালি পেলাওঁ

সমস্যা আছে বুলি চিন্তা কৰাতকৈ

সমাধানৰ পথ বিচাৰি আগবাঢ়ি যাওঁ

সমস্যাৰ সৈতে যি যুঁজিবলৈ পাৰে

নতুন শিক্ষাৰ জখলাত বগাই যাব পাৰে

ধৈৰ্য হাঁহি মৌনতা সমাধানৰ পথ

চলাই যাব পাৰিবা নিজ জীৱনৰ ৰথ


                              ~Dipak Pokhrel🙏🙏


Post a Comment

0 Comments